মাননীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে যোগাযোগ স্থাপন কৰক।

যোৰহাট লোকসভাৰ এগৰাকী সচেতন নাগৰিক হিচাপে আপুনি সত্যৰ পক্ষত এক বলিষ্ঠ কণ্ঠ হিচাপে আগবাঢ়ি আহক। আহক এখন নতুন অসম গঢ়োঁ।

সদায় আপোনাৰ সেৱাত

তলত উল্লেখিত বিষয়সমূহৰ ওপৰত আপোনাৰ মতামত ব্যক্ত কৰক

অভিযোগ

আপোনাৰ সমস্যা বা অভিযোগ আমালৈ দাখিল কৰক। আপোনাৰ সহায়ৰ বাবে আমি সদায় প্ৰস্তুত।

মন্তব্য

আপোনাৰ মূল্যবান মতামত আমালৈ প্ৰেৰণ কৰক। আপোনাৰ চিন্তাৰে উন্নয়নৰ পথ প্ৰশস্ত কৰিব।

জৰুৰীকালিন

জৰুৰী পৰিস্থিতিত তৎক্ষণাৎ আমালৈ যোগাযোগ কৰক। আপোনাৰ সহায়ৰ বাবে আমি সদায় সজাগ।

Quotes

After ten years of being in Opposition, I saw a different Parliament today. It was a parliament where the voices of the Indian people thundered.

Gaurav Gogoi

My Story

গৌৰৱ গগৈ,যোৰহাট লোকসভাৰ সংসদ সদস্য, যি সমগ্ৰ নিৰ্বাচনী অঞ্চলৰ বাবে আশা আৰু উন্নয়নৰ প্ৰদীপ। প্ৰতিজন নাগৰিকক উন্নীত কৰাৰ লক্ষ্যৰে, তেওঁ শিক্ষা, স্বাস্থ্য সেৱা আৰু পৰিকাঠামোত গুৰুত্ব আৰোপ কৰি কাম কৰি আহিছে। স্থানীয় সমস্যাসমূহ সমাধানৰ পৰা লৈ উন্নয়নমূলক আঁচনি বাস্তৱায়নলৈকে, গৌৰৱ গগৈয়ে যুৱ প্ৰজন্ম আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

অসমৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰি নতুনত্বক গ্ৰহণ কৰা তেওঁৰ দৃষ্টিভংগীয়ে তেওঁক জনতাৰ এজন নেতা ৰূপে প্ৰতিস্থা কৰে। নাগৰিকৰ সৈতে সংযোগ আৰু প্ৰতিশ্ৰুতিপূৰ্ণ কামৰ জৰিয়তে তেওঁ যোৰহাটৰ বাবে এক উজ্জ্বল ভৱিষ্যৎ নিৰ্মাণ কৰি আহিছে।